স্তনৰ টিউমাৰ মানেই কেন্সাৰ নেকি? | Breast Tumor | Breast Fibroadenoma & Fibrocystic breast

0 Views
administrator
administrator
09/10/23

স্তনৰ টিউমাৰ মানেই কেন্সাৰ নেকি?
Breast tumor
Breast fibroadenoma
Fibrocystic breast
Breast Cancer

________________________________________
Also known about
Herbal medicine in Assamese -
https://youtu.be/L3AC8jy0q0I
Fatty liver in Assamese - https://youtu.be/NjKztw3LHok
ORS(Diarrhea) in Assamese -
https://youtu.be/l-nsinCu9c0 __________________________________________

মই এজন চিকিৎসা বিজ্ঞান (MBBS) ৰ ছাত্র ।মই এই YouTube মাধ্যমৰ জৰিয়তে সমূহ অসমবাসীক চিকিৎসা বিজ্ঞানৰ জ্ঞানেৰে স্বাস্থ্য আৰু বিভিন্ন বেমাৰৰ লবলগীয়া সাৱধানতাৰ বিষয়ে অবগত কৰিব বিচাৰো, যাতে আপোনালোকে সেই সমূহ জ্ঞান অৰ্জন কৰি বেমাৰ এটা হোৱাৰ পৰা আপোনাৰ লগতে পৰিয়ালকো বচাব পাৰে। লগতে বেমাৰটো হৈ যোৱাৰ পাছত সময়মতে চিনাক্ত কৰি চিকিৎসা কৰিব পাৰে।পাৰে।

মোৰ এই উদ্দেশ্যৰ অংশীদাৰ হবলৈ এই channel তো subscribe কৰক👍 লগতে স্বাস্থ্য আৰু বেমাৰ সম্বন্ধীয় যিকোনো বিষয়ে জানিবলৈ তলত দিয়া মাধ্যমৰ জৰিয়তে মোৰ লগত যোগাযোগ কৰক।
Instagram - https://www.instagram.com/hriday_jd/ Facebook - https://m.facebook.com/HridayJD/ Email - hridayjdeka96@gmail.com

Disclaimer :
The information provided in video is completely based on Medical literature and Scientific research. The medical information in this channel is for educational purpose. The information is not intended to be a substitution for patient diagnosis and treatment.

Copyright Disclaimer
Under Section 107 of the Copyright Act 1976, allowance is made for "fair use" for purposes such as criticism, comment, news reporting, teaching, scholarship, and research
#hridayjdeka #healthy_assam #assamese

Show more

0 Comments Sort By

No comments found

Facebook Comments